Posted inঅসম

এবছৰীয়া শিশুৰ খাদ্যনলীৰ পৰা জটিল অস্ত্ৰোপচাৰেৰে বাহিৰ কৰিলে এটকীয়া মুদ্ৰা

গুৱাহাটীঃ মহানগৰী আঠগাঁও মাৰোৱাৰী হস্পিতালৰ চিকিৎসকৰ বৃহৎ সাফল্য। এবছৰীয়া এটি শিশুৰ খাদ্যনলীত লাগি ধৰা এটি এটকীয়া মুদ্ৰা জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে বাহিৰ কৰিবলৈ সক্ষম হয় চিকিৎসকৰ এটি দলে। মঙলবাৰে সন্ধিয়া মহানগৰীৰ ৰিহাবাৰীৰ এটি কন্যা শিশুয়ে খেলি থাকোতে দুৰ্ঘটনাক্ৰমে এটকীয়া মুদ্ৰাটো খাদ্যনলীত লাগি ধৰে। ইয়াৰ পিছতে শিশুটিৰ অৱস্থা সংকটজনক হোৱাত লগে লগে মহানগৰী আঠগাঁও মাৰোৱাৰী হস্পিতালৰ জৰুৰীকালীন […]