নিউজ ডেস্কঃ কিংবদন্তি বক্সাৰ মেৰী কমৰ স্বামী কে অনখোলাৰে মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে অংশ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ৰাজ্যখনৰ চাইকোট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।তথ্য অনুসৰি, তেওঁ সমষ্টিটোৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিধায়ক টি এন হাওকিপৰ বিৰুদ্ধে পোনপটীয়া যুঁজ দিব। তেওঁ অৱশ্যে এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। যিকোনো দলতে তেওঁ যোগদান […]