নিউজ ডেস্কঃ আফ্ৰিকান-আমেৰিকান হলিউডৰ অভিনেত্ৰী তথা বিখ্যাত গায়িকা মেৰী মিলবেনে অহা ১০ আগষ্টত দিল্লীত পৰিবেশন কৰিব ভাৰতীয় জাতীয় সংগীত। এই কাৰ্যসূচীৰ আয়োজন কৰিছে নতুন দিল্লীস্থ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে । প্ৰখ্যাত কণ্ঠশিল্পী মেৰী মিলবেন অহা ৯ আগষ্টত ভাৰতত উপস্থিত হ’ব। সমগ্ৰ বিশ্বক পৰিয়াল হিচাপে গণ্য কৰাৰ নীতি প্ৰমাণ কৰাত নিয়োজিত ড০ মোক্ষৰাজে মেৰী মিলবেনক ভাৰতৰ […]