Posted inNews

মেৰিলেণ্ডৰ লেফটেনেণ্ট গভৰ্ণৰ নিযুক্ত ভাৰতীয় বংশোদ্ভৱ অৰুণা মিলাৰ

প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভৱ অৰুণা মিলাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড ৰাজ্যৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে নিযুক্ত হৈছে। এই পদত অধিষ্ঠিত হোৱা তেওঁৱেই হৈছে প্ৰথমগৰাকী প্ৰব্ৰজনকাৰী মহিলা।