Posted inজীৱনশৈলী

‘পঁইতা ভাতে’ আকৃষ্ট কৰিলে Master Chef Australiaৰ বিচাৰকক

নিউজ ডেস্কঃ পঁইতা ভাতে দেহ-মন জুৰ পেলায়। গৰমৰ দিনত পঁইতা খাবলৈ হয়তো সকলোৱে ভালপায়। এইবাৰ এই পইতা ভাতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদেশতো। ৰন্ধন প্ৰতিযোগিতাৰ টিভি অনুষ্ঠান Master Chef Australiaৰ বিচাৰকক প্ৰভাৱিত কৰিলে পঁইতা ভাতে। এই অনুষ্ঠানত ভজা মাছ আৰু আলু পিটিকা সমৃদ্ধ পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বাংলাদেশী […]