Posted inদেশ-বিদেশ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান

গুৱাহাটীঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান। কৰোনাত আক্ৰান্ত হৈ থকা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ আজি পুৱা প্ৰায় ১০ বজাত মৃত্যু হয়। ২২ এপ্ৰিলত তেওঁৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। অসুস্থ হোৱাত কিছু দিন ধৰি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মাতংগ সিং ১৯৯৪চনৰ পৰা ১৯৯৮ চনলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছিল। ১৯৯২চনত ৰাজ্যসভালৈ নিৰ্বাচিত […]