Posted inঅসম

মথুৰাপুৰ চাহ বাগিচাৰ কাৰ্যালয়ত চাহ কৰ্মচাৰী বিক্ষোভ

মথুৰাপুৰঃ অসমৰ সৰ্ববৃহৎ চাহ কোম্পানী এ পিজে টি লিমিটেডৰ অধীনস্থ  চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ  কৰ্মৰত চাহ কৰ্মচাৰীক সময়মতে প্ৰদান নকৰাত দৰমহা প্ৰদান নকৰাত আজি বাগিচাখনত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, বাগিচাখনৰ কৰ্মচাৰীসকলে পাবলগীয়া দুটা মাহৰ দৰমহা অনাদায় হৈ থকাত ক্ষুব্ধ হৈ পুৱা ৭ বজাৰ পৰা ৮ বজালৈ  বাগিচাখনৰ কার্যালয় সন্মুখত ধৰ্ণা দি তীব্ৰ […]