Posted inঅসম

গোলাঘাট জিলাতো আৰম্ভ পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ

গোলাঘাটঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে। এইবাৰ পোষণ মাহৰ লগতে ‘সুৰক্ষিত জননী, বিকশিত ধৰণী’ক বিষয়বস্তু হিচাপে লৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ […]