নিউজ ডেস্কঃ প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ মৃত্যু। নিজ বাসগৃহতে শেষনিশ্বাস ত্যাগ কৰে মৌচুমী শইকীয়াই। দীৰ্ঘদিন ধৰি পেটৰ বিষত ভুগি আছিল মৌচুমীয়ে। লতাশিল খেল পথাৰত অনুষ্ঠিত ২০০১ চনৰ গুৱাহাটী বিহু সন্মিলনৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতাত বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছিল মৌচুমী শইকীয়াই। মৃত্যুৰ সময়ত মৌচুমীয়ে স্বামী সহ দুই পুত্ৰ সন্তানক এৰি থৈ যায়। মৌচুমী শইকীয়া […]