Posted inNews

Argentina vs French || বিশ্বকাপৰ ফাইনেল Preview

সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তিৰ বাবে ফুটবলৰ চিৰন্তন শিল্পী লিঅ’নেল মেছিৰ অন্তিম নৃত্য অথবা তেওঁৰে উত্তৰাধিকাৰী, কিলিয়ান এমবাপ্পে নামৰ ধুমুহাজাকৰ আন এক তাণ্ডৱ ৷ ফুটবলৰ মহাজগত ইতিমধ্যে এক ধ্ৰুপদী যুদ্ধৰ আগজাননীত কম্পমান ৷ তাৰ মাজতে ফৰাচী ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুৱে মেছিলৈ সাৱধানবাণী প্ৰেৰণ কৰি বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে অধিক বৃদ্ধি কৰিছে ফুটবল গোলকৰ উষ্ণতা ৷ মেছিৰ ট্ৰফী কেবিনেটত কেৱল বিশ্বকাপৰ […]