Posted inক্ৰীড়া

তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট

গুৱাহাটী: অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেটৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে । জজ ফিল্ডত আজি অনুষ্ঠিত ফাইনেলত অসমীয়া প্ৰতিদিন দলে এন ডি-২৪ দলক ৮ উইকেটত পৰাস্ত কৰে । এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত সংগ্ৰহ কৰে ১২৭ ৰাণ । দলৰ হৈ বিকাশ ছেত্ৰী আৰু ৰাজ […]