নিউজ ডেস্ক : চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মৃত্যুৰ সৈতে যুঁজি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন লোকে অস্ত্ৰোপচাৰৰ জৰিয়তে গাহৰিৰ হৎপিণ্ড লাভ কৰি নতুন জীৱন লাভ কৰিবলৈ সক্ষম হয়। যোৱা শুকুৰবাৰে ৫৭ বছৰীয়া ডেভিড বেনেট নামৰ লোকজনৰ দেহত বাল্টিমোৰস্থিত ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ চাৰ্জন বাৰ্টলে গ্ৰিফিথৰ নেতৃত্বত চিকিৎসকৰ এটা দলে এই যুগান্তকাৰী অস্ত্ৰোপচাৰটো সম্পন্ন […]