নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰেহাই অধিসূচনাৰ জৰিয়তে আজি ‘ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতি ২০২১’-ৰ অধীনত তালিকাভুক্ত সকলো বিৰল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ হোৱা সকলোবোৰ আমদানিকৃত ঔষধ আৰু খাদ্য সামগ্ৰীক কৰৰ পৰা সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিছে। এই ৰেহাই লাভৰ বাবে ব্যক্তিগত আমদানি কৰ্তাই কেন্দ্ৰীয় বা ৰাজ্যিক স্বাস্থ্য সেৱাৰ সঞ্চালক বা জিলাখনৰ জিলা চিকিৎসা বিষয়া অথবা অসামৰিক […]