বৰহাটঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ পবিত্ৰ নামঘৰ আৰু মন্দিৰসমূহত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্য সমূহৰ সন্দৰ্ভত চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰশমণি তালিৱাৰে থানা এলেকাৰ ভিতৰৰ সমূহ নামঘৰ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাসগৃহ আৱন্তনত দুৰ্নীতি সভাত নামঘৰ মন্দিৰসমূহৰ নিৰাপত্তাজনিত কাৰণত চিচি […]