Posted inঅসম

AFSPA প্ৰত্যাহাৰৰ দাবী নাগালেণ্ড আৰু মেঘালয় চৰকাৰৰ; কি স্থিতি অসমৰ মুখ্য মন্ত্ৰীৰ?

নিউজ ডেস্ক : নাগালেণ্ডত অসম ৰাইফলছৰ হাতত ১৪ গৰাকীকৈ নিৰীহ লোকে মৃত্যুক সাবটি লোৱাৰ পিছত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA সন্দৰ্ভত সৰ্বত্ৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগালেণ্ড আৰু মেঘালয় চৰকাৰে স্পষ্টভাৱে আইনখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কোনো স্পষ্ট মতামত প্ৰকাশ কৰা নাই […]