নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই পবিত্ৰ বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল যে, মুক্ৰোহ অঞ্চল অসমৰ পশ্চিম কাৰ্বি আংলঙৰ অংশ। কিন্তু মঙলবাৰে হিমন্ত বিশ্ব শর্মা ঘোষণাক প্ৰত্যাহ্বান জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও নিজ ৰাজ্যৰ বিধানসভাত মুক্ৰোহ অঞ্চল মেঘালয়ৰ বুলি দাবী কৰে। মেঘালয় বিধানসভাত মঙলবাৰে বিৰোধী ভি পি পিৰ বিধায়ক এডেলবার্গ নংগ্ৰমৰ এক প্ৰশ্নৰ উত্তৰত চাংমাই কয় […]