Posted inঅসম

সীমান্তক লৈ মেঘালয়ৰ সৈতে সৌহাদ্যমূলক আলোচনাৰ আয়োজন

গুৰুমুখ সিং, ডিফু: পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংৰ সীমামুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে দুই জিলাৰ উপায়ুক্তই লৈছে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠক৷ সেই অনুসৰি ৬ আগষ্টত দুপৰীয়া ১২বজাত পশ্চিম কাৰ্বি আংলংৰ জয়ন্তীয়া হিলছ সীমান্তৱৰ্তী খান্দুলী বন পৰিদৰ্শন বঙলাত দুই পাৰ্বত্য ৰাজ্যৰ সীমান্ত জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত এখন কো-অডিনেশ্বন […]