Posted inঅসম

আজি সামৰণি পৰিল পিএম গতিশক্তি সম্পৰ্কীয় চতুৰ্থ আঞ্চলিক কৰ্মশালাৰ

গুৱাহাটী – বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে(ডিপিআইআইটি) আয়োজন কৰা পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ সন্দৰ্ভত আয়োজিত দুদিনীয়া আঞ্চলিক কৰ্মশালাৰ আজি সামৰণি পৰে। অঞ্চলটোৰ আঠখন ৰাজ্যই এই চতুৰ্থ আঞ্চলিক কৰ্মশালাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৪০জনতকৈ অধিক বিষয়া আৰু উদ্যোগীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। সহযোগিতামুলক  মনোভাৱেৰে আয়োজিত এই কৰ্মশালাসমূহে […]