Posted inঅসম

প্ৰধানমন্ত্ৰীলৈ ১০ লাখ লোকৰ চহী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিব জাতীয় পৰিষদে

জাগীৰোডঃ নিলামলৈ যোৱা অসমৰ কাগজ কল দুটাৰ সম্পত্তিখিনি বিক্ৰী নকৰি সেয়া পুনৰুজ্জীৱিত কৰাৰ দাবীৰে দহ লাখ লোকৰ চহী সম্বলিত এখন স্মাৰকপত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে৷ জাগীৰোডস্থিত নগাঁও কাগজ কলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কাগজ কল কৰ্মচাৰী সংস্থাসমূহৰ সহযোগত আয়োজন কৰা এখন সংবাদ মেলত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যিহেতু ৰাজ্যবাসীয়ে ইমান […]