Posted inঅসম

বাঁহেৰে মৰিয়াই নিজৰ কন্যা সন্তানক তালিবানী শাস্তি বিহিলে মাতৃয়ে

মেৰাপানীঃ মেৰাপানীত সংঘটিত হৈছে মাতৃ সমাজক কলংকিত কৰা এক অভূতপূৰ্ব ঘটনা। যি ঘটনা প্ৰত্যক্ষ কৰিলে গাৰ নোম সিঁয়ৰি উঠিব। এগৰাকী পাষাণ মাতৃয়ে নিজৰ কণমানি সন্তানটিক নিৰ্দয়ভাৱে বহুসময় ধৰি প্ৰহাৰ কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰি চকু সেমেকি উঠিছে সকলোৰে। লগতে পঢ়কঃটীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰত কৰ্কট ৰোগৰ ওপৰত সজাগতা সভা লখিমী বিশ্বকৰ্মা দাস নামৰ হৃদয়হীনা মাতৃগৰাকীয়ে অনুশাসনৰ […]