Posted inক্ৰীড়া

Lionel Messi: বৃত্ত পূর্ণ! বিশ্বকাপত চুম্বন মেছিৰ, লুছেইল উটি-ভাহি গ’ল আবেগত

কেৰিয়াৰৰ বৃত্তটো ক’ৰবাত অসম্পূৰ্ণ হৈ ৰৈছিল লিঅ’নেল মেছিৰ। গঞ্জালো মণ্টিয়েলৰ টাইব্ৰেকাৰৰ চতুৰ্থ শ্বটত গ’ল কৰাৰ সময়ত মেছিয়ে খেলপথাৰৰ অৰ্বৃধত্তত আঁঠু কাঢ়িছিল। উৰ্ধ্ববাহু মেছি। তেওঁক আগুৰি ধৰিছে পেৰেডেজ, আকুনা, মাৰ্টিনেজে। অৱশেষত স্বপ্নপূৰ্ণ মেছিৰ।