নিউজ ডেস্কঃ অৰুণাচলৰ মেছুকাত হঠাৎ অসুস্থ হৈ পৰিল বলীউড অভিনেতা সঞ্জয় দত্ত। অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ নামাকৰণৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দুটা দিনৰ বাবে মেচুকালৈ আহিছিল অভিনেতাগৰাকী। পিছে অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজতে হঠাৎ অভিনেতা গৰাকী অসুস্থ হৈ পৰাত আজি সেনাৰ বিশেষ হেলিকপ্টাৰ জৰিয়তে পুনৰ ঘূৰি আহিল অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ। ডিব্ৰুগড় জিলা […]