Posted inঅসম

মানকাচৰত MGNREGA আঁচনিৰ নামত চলিছে দুৰ্নীতি

মানকাচৰঃ মানকাচৰত MGNREGA আঁচনিৰ নামত চলিছে কেৱল দুৰ্নীতি, অনিয়ম। মানকাচৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ঝগড়াৰচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ৰহিলা খাতুন আৰু তেওঁৰ স্বামীৰ আজাদ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজাদ হুছেইনে কেইবাগৰাকীয়ো দালালৰ লগত মিলি ঝগড়াৰচৰ গাঁও পঞ্চায়তত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লগতে পঢ়কঃচাকৰি নিয়মীয়াকাৰণ কৰাৰ আহ্বান শিক্ষক সকলৰ মানকাচৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত […]