Posted inNews

সাধাৰণ নাগৰিক, নিৰাপত্তা বাহিনীৰ ওপৰত আলফাৰ বৃহৎ কূটাঘাতৰ পৰিকল্পনা: গৃহ মন্ত্ৰ্যালয়

নিউজ ডেস্ক: নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ব্যাপকৰূপত সদস্যভৰ্তিৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বৃহৎ কূটাঘাত চলোৱাৰ পৰিকল্পনা চলাই থকা বুলি গৃহ মন্ত্ৰ্যালয়ে সতৰ্কতা জাৰী কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে’য়ে কয়, ‘’আলফাই অপৰহণৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত বৃহৎ […]