গুৱাহাটী: অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্সৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসমত ঋণ প্ৰদান কৰা মুঠ ৩৮ টা মাইক্ৰ’ফাইনেন্সৰ প্ৰতিষ্ঠান আৰু বেংকে অসম চৰকাৰৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত “Assam Microfinance Incentive & Relief Scheme (AMFIRS), 2021” ৰূপায়ণৰ বাবে বুজাবুজি […]