Posted inদেশ-বিদেশ

Netflixএ গ্ৰাহকৰ বাবে আগবঢ়াব কম মূল্যত আকৰ্ষণীয় পেকেজ

নিউজ ডেস্কঃ Netflix ব্যৱহাৰকাৰী সকলৰ বাবে সুখবৰ। অতি কম মূল্যত Netflix য়ে গ্ৰাহকৰ বাবে আগবঢ়াব আকৰ্ষণীয় পেকেজ। গ্ৰাহকক এই সুবিধা প্ৰদান কৰিবলৈ ইতিমধ্যে Microsoftৰ লগত Netflix এ পাৰ্টনাৰশ্বিপ কৰিছে। মাইক্ৰ’ছফ্ট নেটফ্লিক্সৰ global advertising technology আৰু sales অংশীদাৰ হ’ব। এই সন্দৰ্ভত Microsoftৰ শীৰ্ষ বিষয়া মিখাইল পাৰাখীনে কয় যে এইয়া Netflix আৰু Microsoftৰ বাবে এটা উল্লেখ্যনীয় দিন। […]