Posted inঅসম

হাফলং : কুকি ট্ৰাইবেল ইউনিয়নৰ আঠ সদস্যৰ আত্মসমৰ্পণ

ডিমা হাচাও জিলাৰ হাফলঙত কুকি ট্ৰাইবেল ইউনিয়ন নামৰ বিদ্ৰোহী সংগঠনটোৰ কেইবাজনো সদস্যৰ আত্মসমৰ্পণ কৰে। কুকি ট্ৰাইবেল ইউনিয়নৰ আঠজন সদস্যই শুকুৰবাৰে হাফলংগেট চৰকাৰী বাগানৰ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত কৰ্ণেল অশোক ভাণ্ডাৰীৰ ওচৰত আত্মসমৰ্পণ কৰে।