Posted inNews গুৱাহাটীত এইবাৰ মূল্যবৃদ্ধি হ’ব গাখীৰৰ by Rangman Das July 25, 2022July 25, 2022 বৃহত্তৰ গুৱাহাটী দুগ্ধ কৃষক সন্থাই ২০২২ চনৰ ১ আগষ্টৰ পৰা গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৪ টকা কৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।