Posted inঅসম

আজি বিশ্ব দুগ্ধ দিৱস : এটা নিৰোগী শৰৰীৰ বাবে গাখীৰ কিয় আৱশ্যক?

আজি বিশ্ব দুগ্ধ দিৱস। চিকিৎসকসকলে প্ৰায় সকলো লোককে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে।নিতৌ এগিলাচ গাখীৰে আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰি গাখীৰত যথেষ্ট পৰিমাণে প্ৰোটিন, ভিটামিন আৰু কেলচিয়াম পোৱা যায়। এইবিলাক পুষ্টি দ্ৰব্য শৰীৰৰ বাবে অতি প্ৰয়োজন আৰু এইবিলাক উপাদানে স্বাস্থ্য ভালে ৰখাত সহায় কৰে। গাখীৰৰ উপকাৰিতা দুৰ্বল শৰীৰৰ লোকে নিয়মীয়াকৈ গাখীৰ খাই থাকিলে […]