Posted inমনোৰঞ্জন

প্ৰথমবাৰৰ বাবে পিতৃৰ লগত একেলগে কাম কৰিছে জাহ্নৱীয়ে

নিউজ ডেস্কঃ বলীউদ পৰিচালক বনী কাপুৰ আৰু অভিনেত্ৰী শ্ৰীদেৱীৰ তনয়া জাহ্নৱী কাপুৰক পুনৰ দেখা যাব এখন নতুন চলচ্চিত্ৰত। ‘মিলি’ নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰিছে জাহ্নৱীয়ে। ‘ধড়ক’ৰ পিছতেই জাহ্নৱীৰ এইখন দ্বিতীয় চলচ্চিত্ৰ। জাহ্নৱীয়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম যোগে এই সন্দৰ্ভত ঘোষণা কৰে। চলচ্চিত্ৰ খনৰ প্ৰযোজনা তেওঁৰ পিতৃ বনি কাপুৰৰ আৰু পৰিচালনা কৰিছে মাথুকুট্টি জেভিয়াৰে। ‘মিলি’ৰ কেইখনমান ফটো […]