Posted inদেশ-বিদেশ

ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তলব; ‘ছাল কম পাতল কৰিবলৈ শিকা উচিত’, কেন্দ্ৰক কটাক্ষ শশী থাৰুৰ

নিউজ ডেস্ক: ভাৰতৰ জনপ্ৰতিনিধি সম্পৰ্কে ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীয়ে কৰা মন্তব্যই ভাৰতৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰধান মন্ত্ৰী লী ছিয়েন লুঙৰ মন্তব্যৰ বিৰোধিতা কৰি দেশখনৰ ৰাষ্ট্ৰদূতক তলব কৰা কাৰ্য্যক কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে সমালোচনা কৰে। থাৰুৰে টুইট কৰি কয় যে ছিংগাপুৰৰ দৰে এখন বন্ধু দেশৰ ৰাষ্ট্ৰদূতক দেশখনৰ প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ নিজা সংসদত কৰা […]