Posted inদেশ-বিদেশ

ইৰাণ আৰু UAE লৈ প্ৰেৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি ইৰান আৰু ইউ এ ইলৈ ৰাওনা হৈছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ এই ভ্ৰমণকালত সোণোৱালে ইৰানৰ চাবাহাৰৰ শ্বহীদ বেহেস্তী বন্দৰ আৰু ইউ এ ইৰ জেবেল আলী বন্দৰ পৰিদৰ্শন কৰিব৷