Posted inঅসম

দক্ষিণ কামৰূপৰ মিৰ্জাত উচ্ছেদ অভিযান

ছয়গাঁওঃ শুকুৰবাৰে পুৱাৰে পৰা হঠাৎ মিৰ্জাত চলিল উচ্ছেদ অভিযান। মিৰ্জাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকান-পোহাৰত চলিল উচ্ছেদ। মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ’কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকান- পোহাৰ, বেনাৰ-পোষ্টাৰসমূহ উচ্ছেদ কৰে। লগতে পঢ়কঃৰচিদুলে মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰক : দুয়ো আটক মিৰ্জাত প্ৰতিদিনে অভাৱনীয়ভাৱে বাঢ়ি অহা যান-যঁটৰ সমস্যা ৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ […]