Posted inক্ৰীড়া

মিছ এছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই মণিপুৰী শৰীৰচৰ্চাবিদে

নিউজ ডেস্ক: মণিপুৰৰ কামজং জিলাৰ দুগৰাকী যুৱ মহিলা শৰীৰ চৰ্চাবিদে মালদ্বীপত অনুষ্ঠিত হ’বলগীয়া আগন্তুক মিছ এছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। জিলাখনৰ কাচোম খুলেনৰ ছলিমলা জাজো (Solimla Jajo) আৰু লেইচি গাঁৱৰ চোলান জাজো (Solan Jajo) হৈছে শৰীৰচৰ্চাত ভাৰতক প্ৰতিনিধিত্ব কৰা তাংখুল সম্প্ৰদায়ৰ প্ৰথম মহিলা। দুয়োগৰাকীৰে বয়স ১৭ বছৰ। উল্লেখযোগ্য যে ১৫-ৰ পৰা ২১ জুলাইলৈ […]