Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Miss Universe2021:হৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ মুকুট

নিউজ ডেস্কঃ সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতে আজুৰিলে ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ খিতাপ। ভাৰতৰ পঞ্জাৱৰ হৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ মুকুট। বিশ্বৰ বিভিন্ন দেশৰ ৭৫গৰাকী সুন্দৰীক চেৰ পেলাই এই খিতাপ আজুৰিবলৈ সক্ষম হয় ২১ বছৰীয়া হৰনাজ সন্ধুয়ে। এই খবৰ লাভ কৰাৰ লগে লগে দেশবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠে। হৰনাজৰ শিৰত মুকুট পিন্ধালে  বিগত বৰ্ষৰ […]