নিউজ ডেস্কঃ বিশ্বত পুনৰ কৰোণাৰ নতুন ‘ভেৰিয়েন্ট’ অমিক্ৰণে সন্ত্ৰাস আৰম্ভ কৰিছে। কৰোণা সংক্ৰমণৰ বাবে এই বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা স্থগিত ঘোষণা কৰিছে আয়োজকে। এইবাৰ প’টোৰিকোত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১। সৌন্দৰ্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৭ গৰাকী সুন্দৰীৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই ১৭গৰাকী সুন্দৰীৰ লগতে ভাৰতৰ মনসা বাৰাণসীয়ো আক্ৰান্ত হৈছে […]