Posted inমনোৰঞ্জন

কৰোণা সংক্ৰমণ! স্থগিত এই বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা

নিউজ ডেস্কঃ বিশ্বত পুনৰ কৰোণাৰ নতুন ‘ভেৰিয়েন্ট’ অমিক্ৰণে সন্ত্ৰাস আৰম্ভ কৰিছে। কৰোণা সংক্ৰমণৰ বাবে এই বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা স্থগিত ঘোষণা কৰিছে আয়োজকে। এইবাৰ প’টোৰিকোত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১। সৌন্দৰ্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৭ গৰাকী সুন্দৰীৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই ১৭গৰাকী সুন্দৰীৰ লগতে ভাৰতৰ  মনসা বাৰাণসীয়ো আক্ৰান্ত হৈছে […]