Posted inNews

২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড

নিউজ ডেস্ক: সুৰ্দীঘ প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ববাসীত আকৰ্ষিত তথা আলোড়িত কৰি ৰখা সৌন্দর্য প্রতিযোগিতাখনৰ গ্ৰেণ্ড ইভেন্ট। ৭১ সংখ্যক মিছ ৱৰ্ল্ড- ২০২৩ প্রতিযোগিতাখন এইবাৰ ভাৰতত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে মিছ ৱৰ্ল্ড অর্গেনাইজেশনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জুলিয়া গালিয়ে। ইয়াৰ পূৰ্বে ভাৰতত ১৯৯৬ চনত অনুষ্ঠিত হৈছিল বিশ্বৰ সৌন্দৰ্য প্ৰতিযোগিতাখন । অর্থাৎ […]