Posted inNews

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা সন্ধানহীন ছাত্ৰ

বৃহস্পতিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰ। ছাত্ৰজনৰ নাম সূৰ্য নাৰায়ণ দাস। জানিব পৰামতে ছাত্ৰজনৰ ঘৰ ধেমাজিত। ছাত্ৰজন কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসী আছিল। ছাত্ৰজনে হোস্টেলৰ পৰা ওলাই গৈ নিজৰ কোঠালৈ উভতি অহাৰ সময়তে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালে লতাশিল থানাত এখন […]