Posted inNews

মিচন বসুন্ধৰা-২ ত ১৩.৪০ আবেদন লাভ

নিউজ ডেস্ক: ৰাইজে বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা ভূমি সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে। মিছন বসুন্ধৰা-১ৰ সফলতাৰ পাছত আৰম্ভ কৰাৰ পাছত মিছন বসুন্ধৰা-২ত ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৰাজ্য় চৰকাৰৰ ৰাজহ বিভাগে প্রায় ১৩,৩৯,৪৯৯ খন লাখ খন আৱেদন লাভ কৰিছে। ইয়াৰউপৰি খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটি আৱেদনৰ […]