তেজপুৰঃ তেজপুৰৰ শিশু আবাসগৃহ “মিছনেৰী অৱ চেৰিটি” আবাসগৃহৰ ১১ টাকৈ বিশেষভাৱে সক্ষম শিশু কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত তেজপুৰত উপস্থিত হয়হি শিশু সুৰক্ষা আয়োগ। অসম শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা ৰূপা হাজৰিকাই তৎকালিন ভাৱে তেজপুৰলৈ আহি উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, প্ৰশাসনৰ বিষয়া, শিশু কল্যাণ সমিতিৰ চেয়াৰ পাৰচন দিলীপ কুমাৰ বৰুৱা আৰু সদস্যা,জে […]