Posted inঅসম

বানপীড়িত অসমলৈ খোৱাপানীৰ যোগান ধৰিব মিজোৰাম চৰকাৰে

গুৱাহাটীঃ বানৰ বাবে বন্যাৰ্তৰ দুখৰ অন্ত পৰা নাই৷ বানাক্ৰান্ত ৰাইজে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণে থাকি অতি যন্ত্ৰণাকাতৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ এটুপি খোৱা পানীৰ পৰাও বঞ্চিত বানাক্ৰান্ত ৰাইজ। এই কঠিন পৰিস্থিতিত অসমক সহায়ৰ হাত আগবঢ়ালে মিজোৰামে। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মিজোৰাম চৰকাৰে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা কাছাৰৰ শিলচৰত খোৱাপানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে। […]