Posted inNews

অসম ৰাইফলছৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ, ৪ জন গ্ৰেপ্তাৰ

দেওবাৰে আইজল জিলাৰ হুইফাঙত অসম ৰাইফলছ আৰু চিআইডিৰ এটা যুটীয়া দলে অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰাৰ লগতে ৪জন লোকক গ্ৰেপ্তাৰ কৰে। আনহাতে,  উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ ভিতৰত আছে চীনত নিৰ্মিত ২২টা  এ কে ৰাইফল,  চাৰিটা গুলী-বাৰুদ আৰু দুটা মেগজিন। অস্ত্ৰ-শস্ত্ৰৰ সৈতে উদ্ধাৰ হোৱা চাৰিজন অভিযুক্তক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে ৰাজ্যিক আৰক্ষীৰ হাতত ইতিমধ্যে গতাই […]