Posted inমুখ্যপৃষ্ঠা

অসম-মিজোৰাম সীমা বিবাদৰ সন্দৰ্ভত ৪ নৱেম্বৰত তৃতীয় পৰ্যায়ৰ  আলোচনা

নিউজ ডেস্কঃ আন্তঃৰাজ্যিক সীমা বিবাদ অসমৰ বাবে এক জ্বলন্ত সমস্যা হৈ পৰিছে৷ চুবুৰীয়া ৫খনকৈ ৰাজ্যই হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি কার্যতঃ সংকুচিত কৰিছে অসমৰ ভূখণ্ড৷ মিজোৰাম আৰু অসমৰ মাজত তৃতীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত ৪ নৱেম্বৰত এক আলোচনাত মিলিত হ’ব। অসম-মিজোৰামৰ সীমা বিবাদৰ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে অসম চৰকাৰে বৃহস্পতিবাৰে মিজোৰাম গৃহ বিভাগক গুৱাহাটীত […]