শিৱসাগৰঃ শিৱসাগৰত বিধায়ক অখিল গগৈৰ অৱস্থান ধৰ্মঘট। শাসকীয় তথা বিজেপি চৰকাৰে ১ লাখ নিৱনুৱাক সংস্থাপন দিম বুলি যি চৰম প্ৰতাৰণা কৰিলে তাৰ প্ৰতিবাদ স্বৰূপে শিৱসাগৰ পৰ্যটন কাৰ্য্যালয়ৰ সম্মুখত ৰাইজৰ দলে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে শপত গ্ৰহণৰ সময়ত আস্বাস দিছিল যে ৰাজ্যৰ এক লাখ নিবনুৱাক নিযুক্তি দিব। শাসনাধীন বিজেপি চৰকাৰে বৰ্তমানলৈ বিজ্ঞাপন […]