Posted inঅসম

মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্ত্তি গাড়ী জব্দ, বিধায়কৰ ঘনিষ্ঠৰ গাড়ী লৈ উধাও

মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাঙত আজি চোৰাং কয়লা ভৰ্ত্তি এখন মেক্স গাড়ী ৰাইজে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং নিছু লাইনত চোৰাং কৈ কয়লা সৰবৰাহ কৰা AS 23 CC 3780 নম্বৰ মেক্স ডিঅই গাড়ীখন সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে। দীৰ্ঘদিনে দিন ধৰি নামদাং বৰগোলাই লিডু আদি […]