Posted inঅসম

তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু

নিউজ ডেস্কঃ কোভিডত আক্ৰান্ত হৈ তামোলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু। কোভিডত আক্ৰান্ত হোৱাৰ পিছতে ষ্ট্ৰক হৈছিল বিধায়ক গৰাকীৰ। অৱশেষত চিকিৎসাধীন অৱস্থাতে জিএমচিএইচত মৃত্যু হয় লেহোৰাম বড়োৰ। আৰু পঢ়কঃশিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান! আটক দুজন কিছুদিনৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ বি পি এফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে হেৰুৱাইছিল প্ৰাণ। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে বিধান সভালৈ […]