Posted inঅসম

মাজুলী-লখিমপুৰ সীমান্তৱৰ্তী লুইত খাবলু খহনীয়া পৰিদৰ্শন বিধায়ক মানৱ ডেকাৰ

মাজুলীঃ মাজুলী লখিমপুৰ সীমান্তৱৰ্তী বান বিধস্ত লুইত – খাবলু অঞ্চল পৰিদৰ্শন কৰিলে লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই৷ বিধায়ক জনে বান পীড়িত বিভিন্ন অঞ্চল পৰিৰ্দশন কৰি ৰাইজৰ বান সমস্যাৰ বুজ লয় ৷ লগতে পঢ়কঃগোৰেশ্বৰত পথ দুৰ্ঘটনাঃএজনৰ অৱস্থা সংকটজনক বানপানীৰ সময়ত কোনো বানপীড়িতই যাতে খাদ্য সংকটত নপৰে তাৰ বাবে চৰকাৰ খনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি মন্তব্য কৰে বিধায়ক […]