Posted inঅসম

বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত “ঢেঁকীশালৰ জলপান”

গোলাঘাট : বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত “ঢেঁকীশালৰ জলপান”। মুকলি কৰা হ’ল “ঢেঁকীশালৰ জলপান”ৰ পিঠাগুৰি আৰু সান্দহগুৰি। গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে গ্ৰাম্য পৰ্যটনক আগুৱাই নিয়াৰ বাবে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ৰ মৃণাল শইকীয়াৰ প্ৰচেষ্টা। খুমটাইৰ বিধায়ৰ মৃণাল শইকীয়া আগুৱাই আহিছে নিজ সমষ্টিটোৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে। গঞা ৰাইজৰ অৰ্থনৈতিক উন্নয়ৰ লগতে গ্ৰামাঞ্চলক পৰ্যটনৰ এক আকৰ্ষণীয় স্থল হিচাপে […]