Posted inঅসম

কুকুৰমাৰা গাঁৱত আদৰ্শ গাঁৱৰ কামৰ আধাৰশিলা স্থাপন

ছয়গাঁও : ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱত আদৰ্শ গাঁৱৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিৰ কুকুৰমাৰা গাঁওখন অসম আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে ইতিমধ্যে কামকাজ আৰম্ভ হৈছে। কুকুৰমাৰা গাঁওখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ অংশ হিচাপে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বৃহস্পতিবাৰে গাঁৱখনৰ প্ৰৱেশ পথত ৪ লাখ […]