নগাঁওঃ দীপাৱলীৰ পিছদিনা পুৱাই চহৰ চাফাত নামিল শাসকীয় দলৰ এজন বিধায়ক ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পুৱাই নিজকে নিয়োজিত কৰিলে নগাঁও চহৰৰ চাফাই কৰাৰ কামত ৷ দীপাৱলীত নগাঁও চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে ব্যৱহাৰ কৰা কলগছ সমূহ কৃষাণ মৰ্চাৰ কৰ্মীৰ লগত মিলি উঠাই পৰিষ্কাৰ কৰিলে বিধায়ক জনে ৷ দীপাৱলী উপলক্ষে ব্যৱহাৰ কৰা কলগছ সমূহ […]