Posted inৰাজনীতি

মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ ভুপেন বৰা আৰু ৰূপজ্যোতি কুৰ্মীৰ বাক্যবান

উত্তৰাখন্ডৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক লৈ অসম কংগ্ৰেছৰ সমালোচনা।ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচৰা কায্যই নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে বুলি মন্তব্য কংগ্ৰেছ সভাপতি ভুপেন বৰাৰ। হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পতা নাছিল বুলি মন্তব্য কৰি ভুপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, তেও ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচৰা কায্যই নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে বুলি […]