Posted inঅসম

“সত্ৰৰ ভূমি বেদখল হৈছে যদি সেই বেদখল মুক্ত কৰিবৰ বাবে প্ৰশাসনক সহায় কৰিম” বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্কঃ বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ ল’বলৈ জি এম চি এইছত উপস্থিত হয় বিধায়ক শ্বেৰমান আলী। সত্ৰ সম্পৰ্কীয় বিতৰ্কৰ পিছতেই বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে বিধায়কগৰাকীয়ে। কিছুদিনৰ আগতে বৰপেটা সত্ৰৰ বেদখল কৰি থোৱা ভূমিৰ প্ৰশাসনে মাৰি থোৱা সীমাৰ খুটা উঠাই প্ৰতিবাদ কৰিছিল বিধায়ক শ্বেৰমান আলীয়ে। বাঘবৰৰ বিধায়ক গৰাকীয়ে বুঢ়াসত্রীয়া […]