Posted inঅসম

অৱশেষত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে

গুৱাহাটী : অৱশেষত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। চি এম ভিজিলেন্সৰ গোচৰত জামিল লাভ কৰিবলৈ সক্ষম হ’ল বাঘবৰৰ কংগ্ৰেছ দলৰ শ্বেৰমান আলী। দৰং জিলাৰ ধলপুৰৰ গৰুখুটি উচ্ছেদকাণ্ডৰ পিছতে শ্বাহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী। জামিন লাভ কৰিলেও মুকলি আকাশৰ তলত নাহে শ্বেৰমান আলী। লগতে পঢ়ক :  গুৱাহাটী মহানগৰীত পুনৰ কনটেইনমেণ্ট […]