কামপুৰঃ কংগ্ৰেছী বিধায়ক সুশান্ত বুঢ়াগোহাঁই বিজেপিত যোগদানক লৈ ৰহাৰ কংগ্রেছী বিধায়ক শশীকান্ত দাসৰ বিস্ফোৰক মন্তব্য। সুশান্ত বুঢ়াগোহাঁক আৱৰ্জনাৰ লগত তুলনা বিধায়ক শশীকান্ত দাসৰ। বিধায়ক গৰাকীয়ে কয়,”বোৱতী নদীত সদায় মৰাশ বা আৱৰ্জনাহে উটি যায়। তেনেকুৱা নীতি-আদৰ্শ বিহীন নেতা আঁতৰি গ’লে দলটোৰ একো ক্ষতি নহয়।” লগতে পঢ়কঃজামুগুৰিহাটৰ মঙ্গলবৰীয়াত পানীত পৰি ৮ বছৰীয়া শিশুৰ মৃত্যু সুশান্ত বুঢ়াগোহাঁইৰ নিচিনা […]